বিজেপি চৰকাৰকলৈ কঠোৰ মন্তব্য ৰিপুন বৰাৰ

0
Picsart_22-10-13_14-41-09-238

অসমত ৰাজনৈতিক নেতাৰ বাক যূদ্ধ আৰম্ভ হৈছে । এফালে বিজেপি আনফালে বিৰোধী। বিজেপিক উদ্দেশ্য কৰি ৰিপুন বৰাই কৈছে-সাধাৰণ জনতাক হাৰাশাস্তি দিয়াটোৱেই একমাত্ৰ লক্ষ্য বিজেপিৰ। শিল-বালিত কৰ আৰোপ চূড়ান্ত স্বৈৰাচাৰ। ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কেন্দ্ৰই টকা নিদিয়ে, নিজা কোনো অৰ্থনৈতিক আঁচনি নাই আপোনাৰ। তাৰ কুফল জনতাক ভুগিবলৈ দিব কিয় ? জনতাৰ টকা তুলি চৰকাৰ চলাবলৈ সামান্যতমো লজ্জবোধো নকৰেনে আপুনি ?

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *