প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে পাব স্কুটাৰ, কিমান নম্বৰ পাব লাগিব

0
66a3b43e-e77f-41fd-a76a-f5f676459c32

আজি অসম চৰকাৰৰ কেবিনেট বৈঠকত লোৱা হৈছে ডাঙৰ সিদ্ধান্ত । মেধাৱী শিক্ষাৰ্থীলৈ স্কুটাৰ দিয়াৰ কথা ঘোষণা কৰিছে ।

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উন্নত ফলাফলৰ বাবে শিক্ষাৰ্থীক  উৎসাহিত কৰিবলৈ 2022 বৰ্ষৰ পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ 29,748 গৰাকী ছাত্ৰী আৰু 75%তকৈ অধিক নম্বৰ লাভ কৰা 6,052জন ছাত্ৰক প্ৰধান কৰা হ’ব স্কুটাৰ । ইয়াৰ বাবে আনুমানিক 258.9 কোটি টকা ব্যয় হ’ব

 

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *