চৰকাৰী কৰ্মচাৰীসকলৰ মৰগীয়া বানচ 4% বৃদ্ধিৰ ঘোষণা-হিমন্ত বিশ্ব শৰ্মাৰ

0
840ed16f-9d0b-4d9a-84e2-03eb42641a91

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ । আজি ৰাজ্যিক বিষয়া আৰু কৰ্মচাৰী তথা সৰ্বভাৰতীয় সেৱাৰ বিষয়াসকলৰ মৰগীয়া বানচ 4 শতাংশ বৃদ্ধি কৰিছে । আজি হিমন্ত বিশ্ব শৰ্মাই কৈছে- ২০২২ বৰ্ষৰ পহিলা জুলাইৰ পৰা এই বৃদ্ধি কাৰ্যকৰী হ’ব আৰু চলিত মাহৰ দৰমহাৰ সৈতে বিষয়া-কৰ্মচাৰীসকলে এই বৃদ্ধি হোৱা মৰগীয়া বানচ লাভ কৰিব৷

আশা কৰোঁ ইয়ে উৎসৱৰ এই সময়খিনি অধিক আনন্দমধুৰ কৰি তুলিব৷ ৰাজ্যবাসীলৈ পোহৰৰ উৎসৱ দীপান্বিতা তথা কালী পূজাৰ আন্তৰিক শুভেচ্ছা জনালোঁ ৷ চাকিৰ পোহৰত উদ্ভাসিত হওক জীৱনৰ ৰং, ঘৰে ঘৰে বিয়পি পৰক আনন্দ আৰু উৎসাহৰ বতৰা৷
দিপাৱলীৰ আগত কৰ্মচাৰীৰ বাবে ভাল খবৰ

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *