অসমত 2022 চনত গ্ৰেপ্তাৰ 50 জন চৰকাৰী বিষয়া-কৰ্মচাৰী

0
f2ce8ca2-db38-4055-b789-169c0d9cdea1

দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ অসম চৰকাৰ । দুৰ্নীতিৰ বিৰুদ্ধে ড°হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ শূণ্য সহনশীল নীতি, এই বছৰত অৰ্থাৎ 2022 চনত 50 জনকৈ চৰকাৰী বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে ।

এই পদক্ষেপক প্ৰশংসা ৰাইজৰ । আজি 50 জনকৈ চৰকাৰী বিষয়া -কৰ্মচাৰীৰ কথা উল্লেক কৰিছে হিমন্ত বিশ্ব শৰ্মাই ।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *