Assam Police : বাইক ষ্টাণ্টৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী

0
Picsart_22-12-16_08-34-51-276

ডাঙৰ ঘোষণা অসম আৰক্ষীৰ-
বাইক ষ্টাণ্টৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী । বাইক ষ্টাণ্টৰ সন্ত্ৰাসৰ খবৰ পালেই জনাওক আৰক্ষীক
। অসম আৰক্ষীক পোনপটীয়াকৈ জনাবলৈ আহ্বান বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ ।

GP SINGH-অসমৰ ৰাইজে নিয়মীয়াকৈ ষ্টাণ্ট বাইকিংত লিপ্ত হোৱা যিকোনো ঠাই বা ব্যক্তিৰ বিষয়ে ডাইৰেক্ট মেছেজৰ জৰিয়তে অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল। Social Media প্লেটফৰ্মত এনে প্ৰদৰ্শন Assam Police ৰ দৃষ্টিগোচৰ কৰিবলৈ অনুৰোধ জনোৱা হ’ল।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *