হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক কৌশল সদায় বাংলাদেশী

0
Picsart_24-01-13_08-45-41-301

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ পৰিবৰ্তন হৈছে । ৰাজনৈতিক লাভালাভৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা সদায় বাংলাদেশীৰ পক্ষত থাকে । এই অভিযোগ প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক তথা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ ।

হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পৰা এতিয়া প্ৰশ্ন উঠিছে । হিমন্ত বিশ্ব শৰ্মা অসমৰ এজন দক্ষ্য মুখ্যমন্ত্ৰী । মাজে মাজে বিতৰ্কীত মন্তব্য কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে । কেতিয়াবা মুছলমানৰ ভোট নালাগে বুলি কয়,কেতিয়াবা মুছলমানৰ সন্তান বেছি হোৱাৰ বাবে প্ৰশ্ন উঠাইছে ।অসমত ধৰ্মীয় ৰাজনীতি আৰম্ভ হৈছে । হিন্দু-মুছলমানৰ ৰাজনীতি আৰম্ভ হৈছে । ৰাজনীতিৰ নামত অসমত বিভিন্ন ঘটনা সংগঠিত হৈছে ।

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *