হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ আমছুৰ

0
Picsart_24-08-03_21-02-12-271

আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ আৰু অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি হজৰত মৌলানা মুস্তাক আনফৰে “চিন্তন বৈঠক”ত বহি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ।

ৰেজাউল কৰিম চৰকাৰে কৈছে মুছলিম বিবাহ আইন বাতিল কৰিব নোৱাৰিব । কোৰাণ আৰু হাদিছৰ নীতি-নিয়মৰ মতেই সুৰক্ষিত হ’ব মুছলমান সমাজ। কোৰাণ, হাদিছ, শ্বৰিয়ৎ আইনৰ মতেই মুছলমানৰ ৰীতি-নীতি হ’ব লাগিব’। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ আমছুৰ ।

  https://youtu.be/PZUT_SU3fxA?si=Sen9oj4TvQXJfMoz

বৈঠকত বাল্য বিবাহৰ বিৰুদ্ধেও কঠোৰ হৈছে আমছু । বাল্য বিবাহ বন্ধ হ’বই লাগিব, ‘বাল্য বিবাহক কোনো কাৰণতে সমৰ্থন নকৰে মুছলমান সমাজে’। বাল্য বিবাহক লৈ চৰকাৰে লোৱা পদক্ষেপক প্রশংসা আমছুৰ। কিন্তু মুছলিম বিবাহ আইন বাতিল কৰিব নোৱাৰিব, শ্বৰিয়ৎ আইন আৰু ইছলামিক আইন অনুসৰি মুছলমান সুৰক্ষিত হৈ আছে’

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *

Discover more from Ismail Technology

Subscribe now to keep reading and get access to the full archive.

Continue reading