বাল্য বিবাহ বন্ধৰ দাবী – আমছুৰ
আমছুয়ে বাল্য বিহাহ বন্ধৰ পোষকতা কৰিছে – বাল্য বিবাহে এটি শিশুৰ শৈশৱৰ অন্ত পেলায় । ই শিশুৰ শিক্ষা,স্বাস্থ্য আৰু সুৰক্ষাৰ অধিকাৰত নেতিবাচক প্ৰভাৱ পেলায় । বাল্য বিবাহৰ পৰিণতিত কেৱল ল’ৰা বা ছোৱালীজনীকে নহয় , পৰিয়াল আৰু সমাজখনকো প্ৰত্যক্ষ ভাবে প্ৰভাৱিত কৰে ।
আমি সুস্থ সমাজ গঢ়িবলৈ বাল্য বিবাহ বন্ধ কৰিব লাগিব । কোনো মানুহে নিজ সন্তানৰ বেয়া নিবিচাৰে । আমাৰ সমাজত কিছুমান মানুহ আছে । যিসকল অশিক্ষিত । তেওঁলোকে নিজ ছোৱালীক কেতিয়া বিয়া দিব সেই কথাই সদায় চিন্তা কৰে । কিন্ত বিয়া দিয়াৰ পিছত যেতিয়া ছোৱালীজনীয়ে সন্তান জন্ম দিয়ে সেইসময়ত সন্তান জন্ম দিয়াত বহু কষ্ট হয় আৰু কেতিয়াবা মৃত্যু হয় । তাৰ বাবে জগৰীয়া পিতৃ-মাতৃ ।

আমছুয়ে বাল্য বিহাহ বন্ধৰ পোষকতা কৰিছে – বাল্য বিবাহে এটি শিশুৰ শৈশৱৰ অন্ত পেলায় । ই শিশুৰ শিক্ষা,স্বাস্থ্য আৰু সুৰক্ষাৰ অধিকাৰত নেতিবাচক প্ৰভাৱ পেলায় । বাল্য বিবাহৰ পৰিণতিত কেৱল ল’ৰা বা ছোৱালীজনীকে নহয় , পৰিয়াল আৰু সমাজখনকো প্ৰত্যক্ষ ভাবে প্ৰভাৱিত কৰে ।
আহক সুস্থ সবল সমাজ গঢ়িবলৈ আগবাঢ়ি আহো।