নামাজ পঢ়িবলৈ আহি মছজিদত এজন লোকৰ মৃত্যু – হোজাই
আজি হোজাই জিলাৰ চৌধুৰি বজাৰ আঞ্চলিক জামে মছজিদত আমিনুল ইছলাম নামৰ এজন লোকৰ মৃত্যু হয় । নামাজ পঢ়িবলৈ আহি মছজিদৰ ভিতৰত ঢলি পৰিছিল আমিনুল ইছলাম নামৰ লোকজন । দুবছৰৰ পূৰ্বে হিন্দুৰ পৰা ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল আমিনুল ইছলাম
