যোৱা 15 বছৰত বিজেপি চৰকাৰৰ উন্নয়নৰ নমুনা এয়া-অৰবিন্দ কেজৰিৱাল

0
যোৱা 15 বছৰত বিজেপি চৰকাৰৰ উন্নয়নৰ নমুনা এয়া-অৰবিন্দ কেজৰিৱাল

যোৱা ১৫ বছৰত বিজেপিয়ে সমগ্ৰ দিল্লীত আৱৰ্জনা বিয়পাইছে, আৱৰ্জনাৰ পৰ্বত তৈয়াৰ কৰিছে বুলি মন্তব্য কৰিছে অৰবিন্দ কেজৰিৱালে

৪ ডিচেম্বৰত এইবাৰ দিল্লীৰ ৰাইজে দিল্লীৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে ভোট দিব। দিল্লীক পৰিষ্কাৰ আৰু সুন্দৰ কৰি তুলিবলৈ ভোট দিব।

এইবাৰ দিল্লীৰ লোকসকলে পৌৰ নিগমত AAP বাছনি কৰিব।

 

আম আদমী পাৰ্টীয়ে দিল্লীৰ লগতে পাঞ্জাৱ দখল কৰি এইবাৰ নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্য গুজৰাটত চকু দিছে আৰু কেজৰিৱাল দৃঢ় বিশ্বাস কৰে তেওঁৰ দল গুজৰাটত জয়ী হ’ব । ডিচেম্বৰত হ’বলগীয়া গুজৰাট বিধানসভা নিৰ্বাচনৰ ফলাফল সকলো স্পষ্ট হ’ব

About The Author

Leave a Reply

Your email address will not be published. Required fields are marked *

Discover more from Ismail Technology

Subscribe now to keep reading and get access to the full archive.

Continue reading